Home অসম সুৰাত মগন ভয়াল ৰাতি….

সুৰাত মগন ভয়াল ৰাতি….

47
0

DB LIVE, শিৱসাগৰঃ শিৱসাগৰৰ বেতবাৰী গাওঁ পঞ্চায়তৰ নিৰ্বাচনত প্ৰিজাইডিং অফিচাৰৰ কাণ্ড৷সুৰাৰ ৰাগীত মাতাল পঞ্চায়তটোৰ   শুকানপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া উপেন গগৈ৷

মদ্যপান কৰি নিৰ্বাচন দায়িত্ব পালন কৰা প্ৰিজাইডিং অফিচাৰ উপেন গগৈক পৰ্যবেক্ষকৰ নিৰ্দেশত আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here